Tumgik
ashwainikumargogoi · 5 months
Text
Assam Career : Dibrugarh University Recruitment 2024
Applications are invited for recruitment of various teaching positions or career in Dibrugarh University Assam. Dibrugarh University Assam is inviting applications from eligible candidates for recruitment to the post or career of Assistant Professor on contract basis in the Department of Political Science. Dibrugarh University, the easternmost University in India, was established in 1965…
Tumblr media
View On WordPress
1 note · View note
ashwainikumargogoi · 5 months
Text
অসমত ইলেকট্র’নিক মাধ্যম আৰু এই মাধ্যমৰ লগত জড়িত কেৰিয়াৰ
■ ইলেকট্র’নিক মাধ্যম হৈছে সংবাদ মাধ্যমৰ এটা শ্ৰেণী যিয়ে বিষয়বস্তু ইলেক্ট্ৰনিক্স আৰু ইলেক্ট্ৰ’মেকানিকেল শক্তি ব্যৱহাৰ কৰি দৰ্শকৰ আগত উপস্থাপন কৰে। সাধাৰণ জনতাৰ বাবে পৰিচিত প্ৰাথমিক ইলেকট্র’নিক মাধ্যমৰ উৎসবোৰ হ’ল- ভিডিঅ’ ৰেকৰ্ডিং, অডিঅ’ ৰেকৰ্ডিং, মাল্টিমিডিয়া উপস্থাপন, শ্লাইড উপস্থাপন, চিডি-ৰম আৰু অনলাইন বিষয়বস্তু। বেছিভাগ নতুন মাধ্যম ডিজিটেল মাধ্যমৰ ৰূপত আছে। এইদৰে ইলেকট্র’নিক মাধ্যমে সামৰি…
Tumblr media
View On WordPress
0 notes
ashwainikumargogoi · 2 years
Text
Modi Govt. মোডী চৰকাৰৰ ৫ লাখ টকাৰ বিনামূলীয়াকৈ বিশেষ কাৰ্ড, মোবাইলত আবেদন কৰক
Modi Govt. মোডী চৰকাৰৰ ৫ লাখ টকাৰ বিনামূলীয়াকৈ বিশেষ কাৰ্ড, মোবাইলত আবেদন কৰক
■ কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী আয়ুষ্মান যোজনা স্বাস্থ্য কাৰ্ড মুকলি কৰিছে। (pradhan mantri ayushman yojana Health Card) ইয়াৰ জৰিয়তে আপুনি সম্পূৰ্ণ বিনামূলীয়া চিকিৎসাৰ বাবে ৫ লাখ টকা লাভ কৰিব। এই ধন PMJAY কাৰ্ডৰ দ্বাৰা, আপুনি দেশৰ যিকোনো ৰাজহুৱা আৰু ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰিব পাৰিব। আপুনি আয়ুষ্মান ভাৰত কাৰ্ড অনলাইনত আবেদন কৰিব লাগিব আৰু ডাউনলোড কৰিব পাৰিব। ইয়াৰ বাবে, আপুনি আৰু…
Tumblr media
View On WordPress
0 notes
ashwainikumargogoi · 2 years
Text
তৃণমূলৰ সদস্যসকলে ভুলতে ভোট দিছিল নেকি! বিজেপি প্ৰাৰ্থী জয়লাভ
তৃণমূলৰ সদস্যসকলে ভুলতে ভোট দিছিল নেকি! বিজেপি প্ৰাৰ্থী জয়লাভ
■ বিজেপি প্ৰাৰ্থীয়ে তৃণমূল সদস্যসকলৰ ভোট লৈ গাওঁ পঞ্চায়তৰ উপ মুখ্য নিৰ্বাচনত জয়ী হৈছিল বুলি অভিযোগ উঠিছে। ঘটনাটো মুৰ্ছিদাবাদৰ ফাৰাক্কা বেৱা-২ গাওঁ পঞ্চায়তত সংঘটিত হৈছে। উপ প্ৰধান অনিতা মণ্ডল এগৰাকী স্থানীয় বিজেপি নেতা। তৃণমূল সংখ্যাগৰিষ্ঠ আছিল কিয়নো সেই পঞ্চায়তৰ কংগ্ৰেছ আৰু চিপিএম সদস্যসকলে তৃণমূলত যোগদান কৰিছিল। ইয়াৰ পিছত যোৱা ডিচেম্বৰত অনিতাৰ বিৰুদ্ধে তৃণমূলৰ পৰা অনাস্থা প্ৰস্তাৱ…
Tumblr media
View On WordPress
0 notes
ashwainikumargogoi · 2 years
Text
Covid19 Booster Dose; কোভিড আক্ৰান্ত হোৱাৰ পিছত বুষ্টাৰ ড'জ কিমান দিনৰ ভিতৰত ল'ব পাৰিব? চিকিৎসকৰ পৰামৰ্শ কি?
Covid19 Booster Dose; কোভিড আক্ৰান্ত হোৱাৰ পিছত বুষ্টাৰ ড’জ কিমান দিনৰ ভিতৰত ল’ব পাৰিব? চিকিৎসকৰ পৰামৰ্শ কি?
■ দেশজুৰি বৰ্তমান কোভিডৰ শেহতীয়া ঢৌ অ’মিক্ৰ’নে সকলোকে উদ্ৰেগজনক কৰি তুলিছে। কোভিড প্ৰতিষেধকৰ টীকাকৰণে অভিলেখ গঢ়িলেও বিশেষজ্ঞসকলে তৃতীয় ভেকছিন বা বুষ্টাৰ ড’জ ওপৰত গুৰুত্ব দিছে। এই তৃতীয় ভেকছিনটো অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে, বিশেষকৈ স্বাস্থ্য কৰ্মী আৰু কোভিড যুদ্ধৰ শীৰ্ষত থকা বিভিন্ন বৃত্তিৰ লোকসকলৰ বাবে এইয়া অতি গুৰুত্বপূৰ্ণ বুলি জানিবলৈ দিছে। ইতিমধ্যে বহু স্বাস্থ্যকৰ্মী তথা চিকিৎসক আৰু…
Tumblr media
View On WordPress
0 notes
ashwainikumargogoi · 2 years
Text
শ্ৰীশ্ৰী কাংসপাৰ মাজঠাই সত্ৰৰ অধিকাৰ মিত্ৰধনদেৱ মহন্তৰ দেহাৱসান
শ্ৰীশ্ৰী কাংসপাৰ মাজঠাই সত্ৰৰ অধিকাৰ মিত্ৰধনদেৱ মহন্তৰ দেহাৱসান
■ ঢেকিয়াজুলি কঁহাৰ গাঁওস্হিত শ্ৰীশ্ৰী কাংসপাৰ মাজ ঠাই সত্ৰৰ অধিকাৰ,তথা অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক মিত্ৰধন দেৱ মহন্তৰ ২০ জানুৱাৰী তাৰিখে সন্ধিয়াপ্ৰায় ৭ বজাত নিজা বাসগৃহত আকস্মিকভাৱে মৃত্যু হয়। সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত সত্ৰবাসীৰ লগতে সমগ্ৰ অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰিছে। উল্লেখ‍্য যে ১৯৪৩ চনত জন্ম গ্ৰহণ কৰা সত্ৰাধিকাৰ মহন্তই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তিৰ্ন হৈ ১৯৬৪ চনত তিতাবৰ ৰঙাজান কৰঙা জনীয়া…
Tumblr media
View On WordPress
0 notes
ashwainikumargogoi · 2 years
Text
ভাৰত চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত! হোৱাটছএপ, টেলিগ্ৰামকে ধৰি সকলো বিদেশী মেচেজিং এপ্প নিষিদ্ধ
ভাৰত চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত! হোৱাটছএপ, টেলিগ্ৰামকে ধৰি সকলো বিদেশী মেচেজিং এপ্প নিষিদ্ধ
📱এতিয়াৰ পৰা চৰকাৰী কাম কাজত জড়িত চৰকাৰী পক্ষৰ লোকে ব্যৱহাৰ কৰিব নোৱাৰিব গুৰুত্বপূৰ্ণ মোবাইল এপ্লিকেছন। চৰকাৰী বিষয়াসকলৰ দ্বাৰা চৰকাৰী নিৰ্দেশনা উলংঘন আৰু কেইবাটাও তথ্য প্ৰকাশ কৰাৰ পিছত চোৰাংচোৱা সংস্থাসমূহে ৰাষ্ট্ৰীয় যোগাযোগ সুৰক্ষা নীতি নিৰ্দেশনা আৰু যোগাযোগৰ ওপৰত নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে। প্ৰকাশিত নতুন নিৰ্দেশনা মতে সকলো চৰকাৰী বিষয়াক গোপনীয় তথ্য আলোচনা কৰিবলৈ হোৱাটছএপ, টেলিগ্ৰামৰ দৰে…
Tumblr media
View On WordPress
0 notes
ashwainikumargogoi · 2 years
Text
ৰঙিয়াত মানৱ সৰবৰাহকৰীৰ কবলৰ পৰা কিশোৰ সহ উদ্ধাৰ ১১ জন; কাশ্মীৰলৈ নিয়াৰ পৰিকল্পনা; আটক ৪জন
ৰঙিয়াত মানৱ সৰবৰাহকৰীৰ কবলৰ পৰা কিশোৰ সহ উদ্ধাৰ ১১ জন; কাশ্মীৰলৈ নিয়াৰ পৰিকল্পনা; আটক ৪জন
♦ৰঙিয়া ৰে’ল সংমণ্ডলক কেন্দ্ৰকৰি ৰঙিয়াত গঢ়ি উঠিছে মানৱ সৰবৰাহকাৰীৰ বৃহৎ ঘাটি। উৎসাত কৰাৰ পিছতে পুনৰ গঢ়ি তোলে মানবসৰবৰাহৰ ঘাটি। ৰঙিয়া আৰক্ষীয়ে পূৰ্বতেও কেইবাগৰাকী ব্যক্তিক মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰাৰ পিচত শুক্ৰবাৰে নিশাৰ ভাগত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বহি:ৰাজ্যলৈ নিবলৈ অনা ১১ জনকৈ কিশোৰ তথা যুৱকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰে ভিতৰত এজন মণিপুৰৰ ব্যক্তিও আছে। উল্লেখযোগ্যযে ১৬বছৰীয়া কিশোৰ…
Tumblr media
View On WordPress
0 notes
ashwainikumargogoi · 2 years
Text
কিশোৰী নিৰ্যাতনৰ ঘটনা : পদ্মশ্রী উদ্ভাৱক উদ্ধৱ ভৰালীক জেললৈ
কিশোৰী নিৰ্যাতনৰ ঘটনা : পদ্মশ্রী উদ্ভাৱক উদ্ধৱ ভৰালীক জেললৈ
♦ নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাঃ উচ্চ ন্যায়ালয়ে জামিন আবেদন নাকচ কৰাৰ পিছত আদালতত অত্মসমর্পণ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ জেললৈ যোৱাৰ সময়তো ভৰালীৰ মন্তব্য- ‘মই ষড়যন্ত্ৰৰ বলি হলো’। কিশোৰীক যৌন নির্যাতন গোচৰত আগতীয়া জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰাৰ পিছত আজি উদ্ধৱ ভৰালীয়ে লখিমপুৰৰ বিশেষ ন্যায়িক দণ্ডাধীশৰ আদালতত আত্ম সমর্পণ কৰে। ইয়াৰ পিছতে ভৰালীক আদালতে ১৪ দিনৰ বাবে…
Tumblr media
View On WordPress
0 notes
ashwainikumargogoi · 2 years
Text
Burmese junta continues to arrest scribes, PEC condemns military atrocities
Burmese junta continues to arrest scribes, PEC condemns military atrocities
Geneva: As the military rulers of Myanmar (also known as Burma and Brahmadesh) continue to arrest scribes in the south-east Asian country, the global media safety & rights body Press Emblem Campaign (PEC) condemns the Burmese junta (also known as Tatmadaw) and demands the unconditional release of all 45 journalists still behind the bars since 1 February 2021 coup that deposed the democratically…
Tumblr media
View On WordPress
0 notes
ashwainikumargogoi · 2 years
Text
আমেৰিকাত ক্ৰমাৎ বৃদ্ধি পাইছে অ’মিক্ৰন আক্ৰান্তৰ সংখ্যা! বিশ্ব অৰ্থনীতি ধ্বংসৰ দিশলৈ গতি কৰিব নেকি, চিন্তাত বিশেষজ্ঞ
আমেৰিকাত ক্ৰমাৎ বৃদ্ধি পাইছে অ’মিক্ৰন আক্ৰান্তৰ সংখ্যা! বিশ্ব অৰ্থনীতি ধ্বংসৰ দিশলৈ গতি কৰিব নেকি, চিন্তাত বিশেষজ্ঞ
♦ আমেৰিকা যুক্তৰাষ্ট্ৰত কোভিডৰ সংখ্যা যথেষ্ট বৃদ্ধি হোৱাৰ লগে লগে উদ্বেগ বৃদ্ধি পাইছে। ইফালে, বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যে অ’মিক্ৰনৰ বৃদ্ধিয়ে ২০২২ চনৰ আৰম্ভণিৰ পৰা আমেৰিকানসকলৰ দৈনন্দিন জীৱনত আমূল পৰিৱৰ্তন কৰিব পাৰে। file Photo ব্ৰাউন বিশ্ববিদ্যালয়ৰ স্কুল অৱ পাব্লিক হেল্থৰ জৰুৰীকালীন ঔষধৰ অধ্যাপক মেগান ৰাণীয়ে কয়, “অ’মিক্ৰন সকলোতে আছে। পৰিস্থিতি এনেকুৱা যে অহা কেইমাহমানৰ ভিতৰত আমাৰ অৰ্থনীতি…
Tumblr media
View On WordPress
0 notes
ashwainikumargogoi · 2 years
Text
পিকনিকলৈ যাব নেকি? পিকনিকৰ পৰা উভতি অহাৰ পথত দলবদ্ধ ধৰ্ষণঃ অভিযোগত ৬ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ
পিকনিকলৈ যাব নেকি? পিকনিকৰ পৰা উভতি অহাৰ পথত দলবদ্ধ ধৰ্ষণঃ অভিযোগত ৬ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ
◊ গণধৰ্ষণৰ ঘটনাটো নৱবৰ্ষৰ নিশা উত্তৰ ২৪ পৰগণাৰ মীনাখান আৰক্ষী থানাৰ আমতলা বজাৰ অঞ্চলৰ মেচোৱেৰীৰ এটা ঘৰত সংঘটিত হৈছে। অভিযোগ পোৱাৰ পিছত শনিবাৰে নিশা ছয়জন লোকক আৰক্ষায়ে গ্ৰেপ্তাৰ কৰিছে৷ মীনাখানৰ এছডিপিঅ’ নিৰ্মল দাসে কয়, “ছালাম চৰ্দাৰ, হাবিবুল্লাহ মোল্লা, চাৰিফুল গাজী, সুৰজিৎ মণ্ডল ওৰফে দীপংকৰ, মাদিবেৰিয়াৰ ৰকিবুল ইছলাম মল্লিক আৰু কাদিৰহাটি গাঁৱৰ বাসিন্দা বাকিবিল্লা ফাৰহাদাৰক ধৰ্ষণ, প্ৰহাৰৰ…
Tumblr media
View On WordPress
0 notes
ashwainikumargogoi · 2 years
Text
আপুনি টোপনিত যৌন সপোন দেখে নেকি? কি কিহৰ ইংগিত দিয়ে, এনে সপোন ভাল নে বেয়া? জানক
আপুনি টোপনিত যৌন সপোন দেখে নেকি? কি কিহৰ ইংগিত দিয়ে, এনে সপোন ভাল নে বেয়া? জানক
(যৌন সপোন মানুহে দেখা যৌন সপোনবোৰৰ আটাইতকৈ বেছি হৈছে সহবাস কৰা সপোন।) file photo ♥ সপোন এক বিশেষ অনুভৱ৷ সপোনে বহু কথা অভিজ্ঞতা দি যায়৷ বহু সপোন বাস্তৱ হয়৷ টোপনিত সপোন সকলো মানুহে দেখে, আনকি জীৱ জন্তুৱেও সপোন দেখে৷ প্ৰকৃততে সপোন নেদেখে কোনে? কিন্তু যৌন সপোন কি, ইয়াৰ ভাল আৰু বেয়া প্ৰতিক্ৰিয়া আছে নেকি? যদিও বহুতে এই কথাতো ক’বলৈ মুকলিকৈ লাজ পায়, কিন্তু স্বাস্থ্য বিজ্ঞানীসকলে উল্লেখ কৰিছে যে ৮ শতাংশ…
Tumblr media
View On WordPress
0 notes
ashwainikumargogoi · 2 years
Text
আপোনাৰ সন্তানক কোভিডৰ প্ৰতিষেধক দিব নেকি? পাঁচটা গুৰুত্বপূৰ্ণ কথা ৰাখক
আপোনাৰ সন্তানক কোভিডৰ প্ৰতিষেধক দিব নেকি? পাঁচটা গুৰুত্বপূৰ্ণ কথা ৰাখক
♦ যোৱা ২০২১ বৰ্ষৰ মাজৰ সময়খিনিত কোভিড পৰিস্থিতি কিছু স্থিৰ আছিল। বছৰটোৰ শেষৰ পৰা হঠাতে কোভিড সংক্ৰমণ বেছিকৈ সংক্ৰমিত হোৱা আৰম্ভ হয়। ২০২১ বৰ্ষত বহুতে কোভিডৰ প্ৰতিষেধক গ্ৰহণ কৰিছে। কিন্তু বহুতে প্ৰতিষেধক গ্ৰহণৰ বাবে বৰ্তমানেও বাকী আছে৷ চৰকাৰীভাৱে স্বাস্থ্য মন্ত্ৰালয়ে কৰা ঘোষণা অনুসৰি, এইবাৰ ১৫ বছৰৰ অধিক বয়সৰ সকলোৱে কোভিডৰ প্ৰতিষেধক গ্ৰহণ কৰিব লাগিব৷ এই পৰিস্থিতিত কিশোৰসকলক ঘৰত সাৱধান কৰি ৰখাটো…
Tumblr media
View On WordPress
0 notes
ashwainikumargogoi · 2 years
Text
Latest Covid-19 Update in India: দেশত সাত দিনত দৈনিক সংক্ৰমণ ৪৩১ লৈ বৃদ্ধি! শীৰ্ষত মহাৰাষ্ট্ৰ, দ্বিতীয় পশ্চিম বংগ
Latest Covid-19 Update in India: দেশত সাত দিনত দৈনিক সংক্ৰমণ ৪৩১ লৈ বৃদ্ধি! শীৰ্ষত মহাৰাষ্ট্ৰ, দ্বিতীয় পশ্চিম বংগ
♣ সমগ্ৰ দেশতে কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। ভিন্ন উৎসৱৰ বতৰ শেষ হোৱাৰ লগে লগে কোভিডৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি স্বাস্থ্য মন্ত্ৰালয়ে আশংকা কৰিছিল। সেই আশংকা যেন সত্য প্ৰমাণিত হৈছে। সমগ্ৰ দেশত যোৱা এক সপ্তাহক দৈনিক কোভিড সংক্ৰমণৰ ঘটনা ৪৩০.৮৩ শতাংশ বৃদ্ধি পাইছে। file photo file photo যোৱা ২৮ ডিচেম্বৰৰ পৰা দেশত কৰোনা ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। ২৮ ডিচেম্বৰত আক্ৰান্তৰ…
Tumblr media
View On WordPress
0 notes
ashwainikumargogoi · 2 years
Text
বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী কেটৰিনাৰ পিছফালে থকা সৰু ল'ৰাজন কোন? সৰু ল'ৰাটো কিন্তু বৰ্তমান সকলোৰে এজন জনপ্ৰিয় ক্ৰিকেটাৰ
বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী কেটৰিনাৰ পিছফালে থকা সৰু ল’ৰাজন কোন? সৰু ল’ৰাটো কিন্তু বৰ্তমান সকলোৰে এজন জনপ্ৰিয় ক্ৰিকেটাৰ
■ ২০০৮ চনত আই পি এলৰ আৰম্ভণি ছিজনত কেটৰিনা RCB ব্ৰেণ্ড এম্বেচেডৰ আছিল। সেইকাৰণে তেওঁ বেংগালুৰু দলৰ খেলৰ সময়ত খেলপথাৰত উপস্থিত আছিল। কিন্তু বহুতে নাজানে যে কেটৰিনাৰ পিছফালে দেখাত লাজকুৰীয়া সেই সৰু লৰাজন RCB অনুৰাগী। বৰ্তমান RCBৰ জাৰ্চী পিন্ধি থকা সেই সৰু ল’ৰাজনক লৈ তেওঁৰ বিষয়ে বহু চৰ্চা অব্যাহত আছে। ■ শেহতীয়াকৈ কেটৰিনা কাইফৰ এখন ফটো ইণ্টাৰনেটত ভাইৰেল হৈছে। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ জাৰ্চী…
Tumblr media
View On WordPress
0 notes
ashwainikumargogoi · 2 years
Text
অসম বাংলাদেশ সীম��ন্তত ধুবুৰী জিলা সাহিত্য সভাৰ অৰুণোদয় দিৱস আৰু জননেতা শৰৎচন্দ্ৰ সিংহৰ স্মৃতিত জনতাৰ দিন পালন
অসম বাংলাদেশ সীমান্তত ধুবুৰী জিলা সাহিত্য সভাৰ অৰুণোদয় দিৱস আৰু জননেতা শৰৎচন্দ্ৰ সিংহৰ স্মৃতিত জনতাৰ দিন পালন
■ ধুবুৰী : অসম বাংলাদেশ সীমান্তৰ কাছাৰীহাট মধ্য ইংৰাজী বিদ্যালয়, কাছাৰীহাট শাখা সাহিত্য সভা আৰু ধুবুৰী জিলা বাৰ্তাজীৱী সংঘৰ উদ্যোগত ১ জানুৱাৰীত ধুবুৰী জিলা সাহিত্য সভাৰ অৰুণোদয় দিৱস আৰু জননেতা শৰৎচন্দ্ৰ সিংহৰ স্মৃতিত জনতাৰ দিন পালন কৰা হয় । এই উপলক্ষে কাছাৰীহাট মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগনত পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে কাছাৰীহাট শাখা সাহিত্য সভাৰ সভাপতি সুভাষ ৰায়ে। স্মৃতি তৰ্পণ কৰে…
Tumblr media
View On WordPress
0 notes