Text
Pinwheelflower
কঠনা ফুল ইংৰাজী নাম: Pinwheel Flower, Crape Jasmine, East India Rosebay and Nero’s Crown বৈজ্ঞানিক নাম: Tabernaemontana divaricata কঠনা ফুল হৈছে এবিধ চিৰসেউজীয়া উদ্ভিদ প্ৰজাতি। হাবিত গজে বাবে ইয়াক বন-তগৰ বুলিও কোৱা হয়। ইয়াৰ ফুল গন্ধহীন আৰু সুগন্ধি উভয়েই হ’ব পাৰে, পাতৰ কাষ বা ডালৰ আগত বগা ফুলৰ থুপিয়ে গছ ভৰি থাকে। ফুল ৩-৫ চেমি বহল, একক বা দ্বৈত বা আধাদ্বৈত, পুষ্পদণ্ডৰ আগত ৫টি পাহি থাকে,…
0 notes
Text
Golden shower tree
সোণাৰু ইংৰাজী নাম: Golden shower tree বৈজ্ঞানিক নাম: Cassia fistula সোণাৰু ভাৰত উপমহাদেশ আৰু দক্ষিণ পূব এছিয়াৰ স্থানীয় মাহজাতীয় আলংকাৰিক উদ্ভিদ। সোণাৰু পূবলৈ ভাৰতৰ পৰা ম্যানমাৰ আৰু থাইলেণ্ডলৈ আৰু দক্ষিণত শ্ৰীলংকাৰ পৰা দক্ষিণ পশ্চিমত পাকিস্তানলৈ পোৱা যায়। হালধীয়া সোণালী ফুলৰ বাবে সোণাৰু আলংকাৰিক গছ হিচাপে বিখ্যাত। ইয়াক আয়ুৰ্বেদিক ঔষধতো ব্যৱহাৰ কৰা হয়। সোণাৰু থাইলেণ্ডৰ ৰাষ্ট্ৰীয় গছ আৰু…
0 notes
Text
Guava
মধুৰীআম ইংৰাজী: Guava বৈজ্ঞানিক নাম: Psidium guajava মধুৰিআম হৈছে বহুতো ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চলত উৎপাদিত এবিধ ক্ৰান্তীয় ফল। সাধাৰণ মধুৰিআম ছাইডিয়াম গুৱাজাভা (নেমু মধুৰিআম, আপেল মধুৰিআম) হৈছে মৰ্টেল পৰিয়ালৰ (মাইৰ্টেচিয়া) অন্তৰ্গত এটি সৰু বৃক্ষ। ই মেক্সিকো, মধ্য আমেৰিকা, কেৰিবিয়ান আৰু উত্তৰ দক্ষিণ আমেৰিকাৰ এটি স্থানীয় উদ্ভিদ। মধুৰিআম নামটো ছাইডিয়াম গণৰ আন কিছুমান প্ৰজাতি যেনে…
0 notes
Text
Deodar
দেৱদাৰু ইংৰাজী নাম: Deodar বৈজ্ঞানিক নাম: Polyalthia longifolia দেৱদাৰু একপ্ৰকাৰৰ চিৰসেউজ বৃক্ষ। দেৱদাৰু দীঘলীয়াকৈ শংকু আকাৰত বাঢ়ি যায় বাবে ঘৰৰ বাগিচা পদূলি আদিত সৌন্দৰ্য বৰ্ধনৰ বাবে ৰোৱা হয়। হিমালয় পৰ্বতৰ উপত্যকাত এই গছবিধ যথেষ্ট পৰিমাণে দেখা পোৱা যায়। বর্ণনা সৰল, ওখ, পৰ্ণপাতী গছ। পাতবোৰ লেন্সৰ দৰে, উজ্জ্বল সেউজীয়া, ১৫-২৫*৩-৪চে.মি. ফুলবোৰ সৰু আৰু সেউজীয়া বগা। জুলাই-আগষ্ট মাহত ফলবোৰ…
0 notes
Text
Kaji Nemu
কাজিনেমু কাজিনেমু ইংৰাজী: Kaji Nemu বৈজ্ঞানিক নাম Citrus limon কাজি নেমু হৈছে অসমৰ বিভিন্ন অঞ্চলত উৎপাদিত হোৱা এক প্ৰকাৰৰ বিশেষ প্ৰজাতিৰ নেমু। কাজিনেমু অসমৰ ৰাজ্যিক ফল৷ Rutaceae পৰিয়ালৰ অন্তৰ্গত Citrus গণৰ এটা প্ৰজাতি। কাজিনেমুৰ কিছুমান বৈশিষ্ট্য আছে যাৰ বাবে ই আন নেমুতকৈ পৃথক। বিশেষকৈ ইয়াৰ গোন্ধ আন নেমুতকৈ বেলেগ আৰু আকৃতি তুলনামূলক ভাবে ডাঙৰ। কাজিনেমু পকি যোৱাৰ পিছতো বহু দিন গছত লাগি থাকি…
0 notes
Text
Hibiscus
জবা ফুল বৈজ্ঞানিক নাম : Hibiscus rosa sinensis পৰিয়াল : Malvaceae ইংৰাজী : Chinese hibiscus, China rose আৰু shoe flower। জবাফুল Malvaceae গোত্ৰৰ গুল্ম জাতীয় উদ্ভিদ। এই উদ্ভিদৰ আদি নিবাস চীন। ভাৰতবৰ্ষ আৰু দক্ষিণপূৱ এছিয়াৰ এবিধ জনপ্রিয় ফুল। হিন্দু ধৰ্মাৱলম্বী লোকে এই ফুল কালিপূজা বা শক্তিপূজাত ব্যবহাৰ কৰে। মালয় উপদ্বীপত এই ফুলক কোৱা হয় বুঙ্গা ৰাইয়া (Bunga Raya)। ১৯৮০ খ্ৰীষ্টাব্দত…
0 notes
Text
Night Jasmine
শেৱালি গছ বৈজ্ঞানিক নাম: Nyctanthes arbor-tristis ইংৰাজী নাম: Night Jasmine শেৱালি হ’ল নিক্টান্থেস (Nyctanthes) ৰ অন্তৰ্গত এবিধ ফুল। ইয়াক দক্ষিণ এচিয়াৰ দক্ষিণ-পূৰ্ব থাইলেণ্ডৰ পৰা পশ্চিমে বাংলাদেশ, ভাৰত, উত্তৰে নেপাল, আৰু পূৱে পাকিস্তান পৰ্যন্ত দেখা পোৱা যায়। এই ফুল পশ্চিমবঙ্গৰ আৰু থাইলেণ্ডৰ কাঞ্চনাবুৰি প্ৰদেশৰ ৰাষ্ট্ৰীয় ফুল। শেৱালি ফুলৰ গা-গছজোপা নৰম ধূসৰ ছাল বা বাকলি বিশিষ্ট আৰু এই গছ ১০…
0 notes
Text
Indian Coffee Plum
পনিয়ল গছ ইংৰাজী: Flacourita jangomas বৈজ্ঞানিক নাম: Flacourtia jangomas পনিয়ল অসমৰ এক প্ৰিয় ফল। কেঁচা অৱস্থাত সেউজীয়া আৰু পকিলে ৰঙচুৱা হয়। ফলবিধ খোৱাৰ আগতে মোহাৰি খালে সোৱাদলগা হয়। পনিয়ল ফলটো সৰু গোলাকাৰ আকৃতিৰ হয়। গছজোপা কাঁইটীয়া আৰু জোপোহা। পাতবিলাক সৰু সৰু আৰু সেউজীয়া ৰঙৰ। খাদ্যপ্ৰাণ খাদ্যপ্ৰাণ – প্ৰতি ১০০ গ্ৰামত প্ৰটিন৩.৬৫ গ্ৰামখাদ্যপ্ৰাণ ‘গ’২১৭.৯৯ মিলিগ্ৰামকেলচিয়াম১৭৫…
0 notes
Text
Amla
আমলখি গছ ইংৰাজী: Amla, বৈজ্ঞানিক নাম- Phyllanthus emblica) আমলখি ‘Phyllanthaceae’ পৰিয়ালৰ অন্তৰ্ভুক্ত পৰ্ণপাতী উদ্ভিদৰ প্ৰজাতি। এই উদ্ভিদৰ পৰা পোৱা একে নামৰ ফলৰ বাবে ইয়াক জনা যায়। ভাৰতবৰ্ষৰ সকলো অঞ্চলতে ১৫০০ মিটাৰ উচ্চতা পৰ্যন্ত আমলখি গছ গজে। আমলখি ভিটামিন ‘চি’ সমৃদ্ধ। বিৱৰণ আমলখি গছৰ আকাৰ সৰুৰ পৰা মজলীয়া আৰু উচ্চতা প্ৰায় ৮-১৮ মিটাৰ পৰ্যন্ত হয়। এই গছৰ ডালবোৰ ফনা মেলা ধৰণৰ হয়। আমলখিৰ…
0 notes
Text
Myrobalan
শিলিখা গছ ইংৰাজী: Myrobalan বৈজ্ঞানিক নাম: Terminalia chebula শিলিখা গছ এবিধ ঔষধি গছ। আয়ুৰ্বেদত উল্লেখ থকা মতে সকলো বেমাৰ হৰণ কৰে বাবেই ইয়াৰ অন্য নাম হৰিতকী। শিলিখা গছৰ ফলহে সাধাৰণতে ব্যৱহাৰ কৰা হয়। পূজা সংস্কাৰ আদি কৰ্মত শিলিখাৰ ফল ব্যৱহাৰ কৰা হয়। শিলিখা ভাৰত, পাকিস্তান আৰু নেপালৰ পৰা পূবে দক্ষিণ-পশ্চিম চীন (য়ুন্নান) আৰু দক্ষিণে শ্ৰীলংকা, মালয়েছিয়া আৰু ভিয়েটনামলৈকে দক্ষিণ এছিয়াৰ…
0 notes
Text
Mango Tree
আম গছ ইংৰাজী: Mango, বৈজ্ঞানিক নাম: Mangifera indica) আম হৈছে ‘Mangifera’ গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ ৰসাল ফলধৰা উদ্ভিদ। এই উদ্ভিদবিধ দক্ষিণ এছিয়াত স্থানীয়ভাৱে দেখা পোৱা যায়। আমে ভাৰতবৰ্ষ আৰু ফিলিপাইনছৰ ৰাষ্ট্ৰীয় ফল আৰু বাংলাদেশৰ ৰাষ্ট্ৰীয় বৃক্ষ (national tree) হিচাপে স্বীকৃতি পাইছে।Mangifera indica, সাধাৰণতে [আম] নামেৰে জনাজাত, Anacardiaceae পৰিয়ালৰ পৃষ্ণ উদ্ভিদ ৰ এটা প্ৰজাতি। ই এটা ডাঙৰ…
0 notes
Text
আঁহত গছ Botanical Name: Ficus religiosa Common Name: Sacred fig Assamese Name: আঁহত গছ আঁহত বৃক্ষজাতীয় উদ্ভিদ। আহঁত এবিধ পৰ্ণপাতী বা পাৰ্শ্বীয় চিৰসেউজীয়া উদ্ভিদ। এই গছজোপাৰ উচ্চতা ৩০মিটাৰ পৰ্য্যন্ত আৰু ব্যাস তিনি মিটাৰ পৰ্য্যন্ত হ’ব পাৰে। এই গছৰ পাতবোৰ সৰু পাণৰ আকৃতিৰ হয়। গুৰিভাগ খাঁজ নকটা ঘূৰণীয়া আৰু আগৰফালে ক্ৰমান্বয়ে সৰু হৈ গৈ দীঘলনেজীয়া ৰূপ ধৰে। পাতৰ দৈৰ্ঘ্য প্ৰায় ১০-১৭ ছে:মি: আৰু…
0 notes
Text
World Environment Day 2024
Our Land, Our Future, We are generation restoration ( World Environment Day 2024 ) World Environment Day 2024 celebration in 36 No Nalkata Primary School. Event was organized by students. Supported by Annapurna Seed Library. Agenda was 1) Fun with Soil, Directed by Pritam Borah, Class 5. 2) Edible herbs plantation in Kitchen Garden by kids. Saplings are supplied by Annapurna Seed Library.…
View On WordPress
#Assam#Generation Restoration#jorhat#Jyoti Sangeet#Kitchen Garden#North East India#our land our future#Save Soil#School Children#UNEP#world environment day#WTD2024#Young Ecologist#বিশ্ব পৰিবেশ দিৱস
1 note
·
View note
Text
Know Your Seed: #13
Sonajuli Bau: Deep water, Red Rice.
The sixteenth century Assamese poet Ram Saraswati mentions red rice in his poem "Bhim Charit" entitled "Shiva's Agriculture"
Red rice is rich in magnesium, which is good for your bone. Red rice is rich in antioxidants such as anthocyanin.
Red rice helps in regulating and maintaining insulin levels. It reduces stress levels and fatigue. Cook like a regular rice. Soaking is not required.
Red rice, has a low glycemic index. It keeps the glucose in the blood at minimal.
Rich in Antioxidants, Dietary Fibre, Vitamin B1, B2, B6 and many nutrients.
#traditional#conservation#foodculture#agroecology#agrobiodiversity#save seed#seedsaving#seedlibrary#traditionalfood#traditionalseed#assam#awesomeassam#mesmerisingassam#incredibleindia#rurallife
1 note
·
View note
Text
Know Your Seed: #12
Joha Rice that was used to awaken Kumbhakarna: The 14th Century, Assamese Ramayana written by Kaviraja Madhava Kandali mentions that food items made from Joha Rice were used by Ravana to awaken his brother Kumbhakarna from his deep sleep.
Joha Rice have the strongest aroma attributed to the high concentration of a compound named 2-acetyl-1-pyrroline.
Know about previous posts:
#HeritageSeed#farmersright#IndigenousSeeds#foodsecurity#conservation#zerohunger#climateresilience#agrobiodiversity#agroecology#foodculture#aromaticrice#JohaRice#seedlibrary#traditional#traditionalfood#genebank#awesomeassam#assamtourism#mesmerisingassam#assam
0 notes
Text
World Food Day
"Leave No One Behind"
Nutritious food is what we all must aim at for a healthier and happier living.
0 notes
Text
#Namsing is a popular dish of Mishing cuisine. It is fermented ground dry fish with some herbs like colocasia, long coriander etc.
#RethinkingTourism ➡ Let's innovate!
#WorldTourismDay
#majuli #Assam #AssamTourism #AwesomeAssam #WTD2022
#foodtrails
#Misingcuisine
#tribesofassam
#AssameseFood
#ethniccuisine #recipe #mising #pitika #smokedfish #fish #herbs #food #foodporn #ethniccuisineassam #fermentedfoods
#assam#awesomeassam#assamtourism#incredibleindia#mesmerisingassam#rethinkingtourism#wtd2022#world tourism day#world tourism organization#food#foodfun#ethnicfood#fish#food tourism
0 notes