Tumgik
Text
Asom Mimong Member of Assemblylo Aríg mírungdé Kaji Nemudém State fruit kísapé tolento
Gohati 13 Feb:- Asom mimongsok du:né appílo ainé lutadé,Asom migomé Kajinemu ayedém Mimong aiyépé tolígto asom migomlok aríg mirungdé.Gíné 13 februarylo Member of assemblylo Aríg Mirung Atul Borabí.Mirung Atul Borabí luto je gíné Mirung rusuminsukolo Asom Rutum mirung Himanta Biswa Sharma bí arí kané agom luto émna Kajinemu Asom Mimong Ayepé tolígnam ager rusuminsutagai émnasin luto.
instagram
Gíné 2019 dítaglo GI tagém pa:tagai.2018 dítaglok 5 januarylo Asomsokké amin gíné Kajinemudokké GI tag panam légangé Dihing Nemu tenga Kebangopeyé Kriki Biswabidyaloydém dumsugela GI tag panamlégangé agerémsin gérkang émna kínpadungku.Kajinemudokké alangdém sorbot mangom oyíngkísapésin ké:la doladak odokké lédulosin nemudokké alangdé adin amírdokké kolostoberémsin la:pakdak odokké ngoluk Tani adín amír naréngopé dumodak.Kínpanammé je aíné bémar kamané Kajinemu ísíngdé atérong 1200kong kopé a:yem edak .Bharotiyo Krikhi Govekona Porikodé kínmodung je popé Asom Mimonglokké Barnihatémna motaklo kapatagai émna buluk kagoj kolomlo attung. Supak Angu angu JilaBaksa,Kamrup,Chirang,Kokrajar,Gowalpara,Marigaon,Nagao,Tinisukialosin Kajinemu aríg inamém kapadung.Supak Asom Mimong araso 15.90 hector odokké 1.58 lakh kopé Kajínemuém lalendak.Gíné dítag anyilokkébo Asom Mimong sokké Dubai,Abudabi,Qatar mo:rumlopé ko:lígdung émna kínmodung.
1 note · View note
Text
বিশ্বৰ কোনো মানুহেই মোবাইলৰ পৰা বাছি থকা নাই ◼তপন পায়েং(কাৰ্চাং তাকাৰ)
Tumblr media
ডিজিটেল ডাটা ৰিপৰ্ট অনুসৰি বৰ্তমান বিশ্বত মুঠ মোবাইল ব্যৱহাৰ কৰ্তা আছে মুঠ ৫.৬১ বিলিয়ন । যোৱা ২০২০ চনত বিশ্বত মুঠ মোবাইল ব্যৱহাৰকাৰীৰ সংখ্যা আছিল ৫.২২ । ১৯৭৩ চনত আমেৰিকাৰ মাৰ্টিন কোপাৰে মোবাইল আৱিস্কাৰ হোৱাৰে পৰা বৰ্তমান বিশ্বত বিভিন্ন ধৰণৰ মোবাইল দেখিবলৈ পোৱা গৈছে ।
youtube
মোবাইল বজাৰৰ পৰা ক্ৰয় কৰাটো কোনো ডাঙৰ কথা ন'হয় কিন্তু এই মোবাইল এটা সঠিক দিশত ব্যৱহাৰ কৰিব পৰাটোৱে আচল কথা ,বহুতে কিনে বিভিন্ন কাৰণত যোৱা ২০১৯ চনৰ আগৰ বৰ্ষবোৰৰ মোবাইল ব্যৱহাৰৰ কৰাৰ সংখ্যা প্ৰায় কম আছিল । যোৱা ২০১৯ চনৰ মহামাৰী কৰণাৰ আগমণত বহুজনৰ হাতলৈ লগতে লৰা-ছোৱালীৰ হাতে হাতে মোবাইল লোৱাওঁ দেখা গৈছে অনলাইন ক্লাছৰ বাবে আনহাতে বহুতে নিজৰ মনোৰঞ্জনৰ প্ৰসাদনৰ বাবে লোৱা হ'ল ।এতিয়া মূল কথাটো হ'ল লৰা-ছোৱালীৰ পৰা ধৰি ডেকা-
গাভৰু,বুঢ়া-বুঢ়ীৰ হাতত মোবাইল লোৱা দেখা গ'ল যিকোনো সময় নিমিত্তে ,শুৱতে বহুতে খাওঁতে মোবাইল ন'হলে যেন আধৰুৱা হ'ল এতিয়া এই মোবাইল নিচাজাতীয় বস্তুতলৈ ভয়ানক হ'ল। নিচা জাতীয় দ্ৰৱ্যবোৰ নিচামুক্তি কেন্দ্ৰলৈ গৈ এই নিচা সেৱনৰ পৰা মুক্তি লাভ কৰিব পাৰি কিন্তু আমি লোৱা মোবাইলৰ পৰা কেনেকৈ এৰি চলিব পাৰো তাৰ বাবে জানো বিশেষভাৱে মুক্তি কেন্দ্ৰ আছে ? মোবাইল অলপ অচৰকৈ হলেওঁ এৰি চলিবৰ হ'ল অধিক মোবাইল আসক্তই উপকাৰতকৈ অপকাৰ হে বেছি কৰিছে কিন্তু এই ��পকাৰৰ কামতো জানো আমি কৰা নাই ! গতিকে আমি নিজে নিজক সুধি চাবৰ হ'ল মোবাইলটোক আমি ব্যৱহাৰ কৰিছোনে মোবাইলে আমাক ব্যৱহাৰ কৰিছে ,গতিকে এটা সময় অকণ মিলাই আতৰ ৰাখি ঘৰতেই মুক্তি কেন্দ্ৰ গঢ়িবৰ হ'ল ,ন'হলে হয়তো বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰাৰ আশংক্ষা বাঢ়ি যাব।
2 notes · View notes